আপোনাৰ লেখা প্ৰেৰণ কৰক

আপুনিও নিজা লেখা আমালৈ প্ৰেৰণ কৰক আৰু jonak axom ৱেবচাইটৰ অংশীদাৰ হওক। আমি আপোনাৰ লেখা পৰিচয়ৰ সৈতে ৪৮ ঘণ্টাৰ ভিতৰত আমাৰ ৱেবচাইটত প্ৰকাশ কৰিম। যিকোনো ধৰণৰ লেখা; যেনে- অনুভৱ, কবিতা, গল্প, গীত, কোনো ঘটনা, হাস্যকৰ অনুভৱ, কৌতুক, বিক্ষিপ্ত তথ্য, জ্ঞানমূলক তথ্য, বাণী আদিকে সামৰি যিকোনো ধৰণৰ লেখা আমালৈ প্ৰেৰণ কৰিব পাৰে।

প্ৰেৰণ কৰিবলৈ তলৰ খালী বাকচবোৰত নিজৰ নাম, ইমেইল আৰু লিখনী (আপোনাৰ লেখা) ইত্যাদি পূৰ কৰি পঠিয়াই দিয়ক। নতুবা আপুনি পোনপটীয়াকৈ ইমেল কৰিও বা ফেচবুক পেজত মেছেজৰ জৰিয়তে নিজা লিখনী আমাক প্ৰেৰণ কৰিব পাৰে। তলত ইমেইল আৰু ফেচবুক পেজ সংযুক্ত কৰা হৈছে।

** সাধাৰণ চৰ্তাৱলী **

  1. প্ৰেৰণ কৰোঁতে নিজৰ নাম, ঠিকনা আৰু বিষয় লিখিবলৈ নাপাহৰিব।
  2. লিখা সম্পূৰ্ণ নিজা হ'ব লাগিব বা মৌলিকতা থাকিব লাগিব। অন্য কোনো ৱেবচাইটৰ পৰা ক'পি আৰু পেষ্ট হ'ব নালাগিব।
  3. বিতৰ্কিত লেখা, অশালীন মন্তব্য, অপ্ৰাসংগিক কোনো বিষয় লেখাৰপৰা অনুগ্ৰহ কৰি বিৰত থাকিব।

বি.দ্ৰ :

  1. যিকোনো লেখা প্ৰকাশ হোৱাৰ পিছত হ'বপৰা বিতৰ্কৰ বাবে আমাৰ ৱেৱচাইট দায়ী নহ'ব।
  2. বানান ভুল বা অন্য কোনো ধৰণৰ ভুল-ত্ৰুটিৰ বাবে আমি জগৰীয়া নহ'ম।
  3. সকলো ধৰণৰ সাধাৰণ ভুল-ত্ৰুটিবোৰ সমালোচনাৰ দৃষ্টিৰে নাচাই আমাক আঙুলিয়াই শুধৰাই দি আকোৱালি ল'লে আমি অত্যন্ত সুখী হ'ম। ধন্যবাদ।

Name


Email Address important


Content important





চৰ্তাৱলী

~লেখক লেখিকাৰ নাম আৰু ঠিকনা দিয়াটোবাঞ্ছনীয়।
~লেখাত সন্নিবিষ্ট হোৱা তথ্য বা ব্যৱহৃত শব্দত থাকিব পৰা ভুলৰ বাবে প্ৰকাশক দায়ী নহয়।
~যিকোনো ধৰণৰ কাৰিকৰী অসুবিধাৰ বাবে হোৱাভূলবোৰ ‌ক্ষমা কৰি আঙুলিয়াই দিয়ে যেন।

OR send Your post  in our email address...